Local, Vocal, Global

WATCH | Election Violence : বিজেপিক ভোট নিদিয়াৰ বাবেই মৰিয়াই হত্যাৰ চেষ্টা

নিউজ ডেস্ক,৫মে’ : ৰাজ্য়ত পুনৰ নিৰ্বাচনী হিংসা

বিজেপিক ভোট নিদিয়াৰ বাবেই মৰিয়াই হত্যাৰ চেষ্টা

মৰিয়াই মৰিয়াই হত্যা চেষ্টা দুই ভাতৃক

দুর্বৃত্তৰ দলে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে হাচিম উদ্দিন, আৰু আব্দুল মনাফক(Election Violence)

নৃশংসভাৱে প্ৰহাৰ কৰি অচেতন অৱস্থাত দুই ভাতৃক পেলাই দিলে পথত

বিজেপি প্রার্থীক ভোট নিদিয়াৰ বাবেই প্ৰহাৰৰ অভিযোগ আব্দুল মনাফৰ পত্নীৰ

কাছাৰৰ বাগপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা

শিলচৰ মেডিকেল কলেজত জীৱন-মৃত্যুৰে যুঁজিছে দুই ভাতৃয়ে

লগতে পঢ়ক : WATCH | Waqf Act : ৱাকফক লৈ আজি উচ্চতম ন্যায়ালয়ত শুনানি