Local, Vocal, Global

WATCH | Himanta Biswa Sarma : পঞ্চায়ত নিৰ্বাচনৰ মাজতে লাখ লাখ মহিলালৈ ভাল খবৰ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক,৫মে’ : পঞ্চায়ত নিৰ্বাচনৰ মাজতে লাখ লাখ মহিলালৈ ভাল খবৰ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব ধন

তিনিটা পৰ্যায়ত মহিলাই লাভ কৰিব ধন

প্রথমে ১০ হাজাৰ টকা লাভ কৰিব মহিলাসকলে(Himanta Biswa Sarma)

প্রথমে লাভ কৰা ১০ হাজাৰ টকা ভালকৈ খৰচ কৰিলে লাভ কৰিব ২৫ হাজাৰ টকা

প্রথমে ১০ হাজাৰ, তাৰপিছত ২৫ হাজাৰ আৰু ৫০ হাজাৰ টকা লাভ কৰিব মহিলাই

জুন মাহত ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন

বঞ্চিত হ’ব চৰকাৰৰ ধন লাভৰ পৰা তিনিটাতকৈ অধিক সন্তান থকা মহিলা

লগতে পঢ়ক :WATCH | Pijush Hazarika : সোণাপুৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী পীয়ুষ হাজৰিকা