Local, Vocal, Global

WATCH | Pijush Hazarika : সোণাপুৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী পীয়ুষ হাজৰিকা

সোণাপুৰ,৫মে’ : সোণাপুৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী পীয়ুষ হাজৰিকা ৷

কংগ্ৰেছ দলক চোকা সমালোচনা কৰি মন্ত্ৰী গৰাকীয়ে কয় যে অসমত ৬০ বছৰ শাসন চলোৱা কংগ্ৰেছে উন্নয়নৰ নামত কি কৰিলে সেয়া সকলোৱে জানে ৷

কিন্তু বিজেপি চৰকাৰৰ উন্নয়নৰ আচঁনিয়ে এতিয়া সকলোকে উন্নয়নৰ পথত আগুৱাই যোৱাত সহায় কৰিছে বুলিও কয় মন্ত্ৰী গৰাকীয়ে(Pijush Hazarika)৷

সভাত মন্ত্ৰী অতুল বৰা, বিধায়ক সঞ্জয় কিষান  ,বিধায়ক অতুল বৰা,  অগপৰ সাধাৰন সম্পীদক ড0 তপন দাস উপস্থিত থাকে ৷

লগতে পঢ়ক : WATCH | Rangia News : কেকানকুছিত সদস্য পদৰ নিৰ্দলীয় প্রার্থী শুক্লেশ্বৰ দাসৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ