WATCH | panchayat election : দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে নামনি অসমত ব্যাপক তৎপৰতা
ছিপাঝাৰ,৪মে’ : ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ সামৰণি পৰিব।
প্ৰচাৰ তীব্ৰতৰ হৈ পৰিছে ছিপাঝাৰ সমষ্টিত(panchayat election)।
১নং ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ বিজেপি প্ৰাৰ্থী মোস্তাক হুছেইনৰ প্ৰচাৰ অভিযান ।
গাঁওে গাঁওে চলাইছে তীব্ৰতৰ প্ৰচাৰ অভিযান।
উচ্চ শিক্ষিত যুৱক মোস্তাক হুইছেনে নিজৰ জয় নিশ্চিত বুলি কৈছে।