WATCH | panchayat election : ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত মাত্ৰ দুটা দিন বাকী
ৰঙিয়া,৪মে’ : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰাৰ্থী সকল।
ৰঙিয়াৰ সমষ্টিৰ ১০২ নং ধুহিবালা বৰলীয়াপাৰ গাওঁ পঞ্চায়তৰ ৮ নং ওৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী মফিদা বেগমে কেইবা শ ভোটাৰ লৈ বিশাল ৰেলিৰে নিৰ্বাচনী প্ৰচাৰ চলাই(panchayat election)।
লগতে পঢ়ক : WATCH | Nalbari News : নলবাৰীত কংগ্ৰেছ দলৰ কাৰ্যালয় লণ্ডভণ্ড দুৰ্বৃত্তৰ