WATCH | Nalbari News : নলবাৰীত কংগ্ৰেছ দলৰ কাৰ্যালয় লণ্ডভণ্ড দুৰ্বৃত্তৰ

নলবাৰী,৪মে’ : নলবাৰী জিলাৰ কেকানকুছিত কংগ্ৰেছ দলৰ কাৰ্যালয় লণ্ডভণ্ড দুৰ্বৃত্তৰ। ফালি পেলালে বেনাৰ পোষ্টাৰ আৰু কাৰ্যালয়ত ব্যৱহৃত কাপোৰ।
বেলটেৰে প্ৰত্যুত্তৰ দিয়াৰ সংকল্প কংগ্ৰেছ দলৰ কৰ্মীসকলৰ(Nalbari News)। ৫৩ নং জয়সাগৰ কেকানকুছি গাঁও পঞ্চায়তৰ সদস্যা পদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰিনামণি বড়োৰ ব্যাপক প্ৰতিক্ৰিয়া। সুস্থ গণতন্ত্ৰ বৰ্তাই ৰখাৰ আহ্বান শাসকীয় দলক।
লগতে পঢ়ক : WATCH | Road Accident : শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা