WATCH | Trade License : ট্রেড লাইচেন্স সন্দর্ভত ডাঙৰ খবৰ
নিউজ ডেস্ক,৪মে’ : ট্রেড লাইচেন্স সন্দর্ভত ডাঙৰ খবৰ
ট্রেড লাইচেন্স সন্দর্ভত দোকানী, ব্যৱসায়ী সকলৰ বাবে এই খবৰ
ট্রেড লাইচেন্স আবেদন কৰিবলৈ যাব নালাগে কার্যালয়লৈ
ঘৰতে বহি নিজৰ ফোনটে আবেদন কৰিব পাৰিব(Trade License)
অতি সহজতে সেতু পৰ্টেলত কৰিব পাৰিব আবেদন
সেৱা সেতু পৰ্টেলত গৈ ক্লিক কৰক ৰেজিষ্টাৰ টেবত
দিব লাগিব নিজৰ নাম, মোবাইল নম্বৰ, ই-মেইল আইডি, ৰাজ্য আৰু পাছৱৰ্ড
ইয়াৰ পিছত লগ ইন টেবত গৈ ক্লিক কৰক Apply online tab
ইয়াৰ পিছত আপুনি বিচৰা সেৱা বাচনি কৰক
যদি আপুনি ট্রেড লাইচেন্স বিচাৰে তেন্তে ট্রেড লাইচেন্সৰ সেৱা বাচনি কৰক
লগতে পঢ়ক : WATCH | Gelakey News : গেলেকীৰ ডি,এছ,এ কলনিত বিহু অনুষ্ঠান