WATCH | Nalbari News : কালদি নৱজ্যোতি বিহু সমিতিৰ সৌজন্যত একাদশ বাৰ্ষিক বিহু সন্মিলনী আৰু আধুনিক নৃত্য প্ৰতিযোগিতা
নলবাৰী,৪মে’ : কালদি নৱজ্যোতি বিহু সমিতিৰ সৌজন্যত একাদশ বাৰ্ষিক বিহু সন্মিলনী আৰু আধুনিক নৃত্য প্ৰতিযোগিতা।
কালদি নামঘৰ প্ৰাংগণত ১৮ আৰু ১৯ ব’হাগ শুক্ৰবাৰ আৰু শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য আয়োজন।
মুকলি বিহু আৰু আধুনিক নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰে বৰতলা গাঁওৰ সমাজকৰ্মী প্ৰীতম গোস্বামীয়ে(Nalbari News)।
চৰকাৰী সাহাৰ্য অবিহনে এঘাৰ বছৰ ধৰি কৃষ্টি সংস্কৃতি ধৰি ৰখা গাঁওখনে চৰকাৰী সাহাৰ্যৰ অনুৰোধ কৰিছে।
লগতে পঢ়ক : WATCH | Panchayat Election : দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথোঁ দুদিন