WATCH | Angoorlata Deka :ছিপাঝাৰত গীত গাই, নাচি-বাগি নিৰ্বাচনী প্ৰচাৰ আঙুৰলতা ডেকাৰ
ছিপাঝাৰ,৪মে’ : ছিপাঝাৰত গীত গাই, নাচি-বাগি নিৰ্বাচনী প্ৰচাৰ আঙুৰলতা ডেকাৰ।
৪নং পাথৰিঘাট-দুনী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী ৰূপালী দেৱীৰ হৈ চলালে প্ৰচাৰ(Angoorlata Deka)।
মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ বটদ্ৰৱা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়িকা,অভিনেত্ৰী আঙুৰলতা ডেকাৰ।
ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ সৈতে প্ৰচাৰত সভাত ভাগ লয় অভিনেত্ৰীগৰাকীয়ে।