WATCH | Jorhat News : যোৰহাটৰ খঙীয়া আবিছা চুকত পিঞ্জৰাবদ্ধ বনৰজা
যোৰহাট,৪মে’ : যোৰহাটৰ খঙীয়া আবিছা চুকত পিঞ্জৰাবদ্ধ বনৰজা ।
দীৰ্ঘদিন অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল বাঘটোৱে।
বাঘটো পিঞ্জৰাবদ্ধ কৰাত সম্পূৰ্ণ নেতৃত্ব লৈছিল মাকন আৰু ৰেখা নামৰ দুগৰাকী মহিলাই(Jorhat News)।
বন বিভাগক এই বিষয়ে অৱগত কৰিছিল যদিও গুৰুত্ব প্ৰদান কৰা নাছিল যোৰহাট বন বিভাগে ।
অৱশেষত দুগৰাকী মহিলাৰ নেতৃত্বত বনৰজা পিঞ্জৰাবদ্ধ হ’ল যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈকে উপস্থিত নহ’ল বন বিভাগৰ দল।
লগতে পঢ়ক : WATCH | Tragic incident : ই-ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন, আহত এজন