Local, Vocal, Global

WATCH | Zubeen Garg : পেহেলগামৰ কাণ্ডৰ পাছতে কাশ্মীৰ ভ্ৰমণৰ সিদ্ধান্ত বাতিল কৰিলে জুবিন গাৰ্গে

নিউজ ডেস্ক,৩মে’ : পেহেলগামৰ কাণ্ডৰ পাছতে কাশ্মীৰ ভ্ৰমণৰ সিদ্ধান্ত বাতিল কৰিলে জুবিন গাৰ্গে

ৰাজনৈতিকভাৱে কাশ্মীৰ সমস্যা সমাধান বিচাৰি জুবিন গাৰ্গে ক’লে

কাশ্মীৰৰ কাজিয়া সৰুৰে পৰা দেখি আহিছোঁ

‘বিগত সময়ত কাশ্মীৰৰ পৰিস্থিতি ভাল হৈছিল’

পৰ্যটকৰ ওপৰতে চলি আছিল পাকিস্তান(Zubeen Garg)

‘এনেকৈ অশান্ত হৈ থাকিলে কাশ্মীৰলৈ কোনো নোযোৱা হ’ব’

‘পাকিস্তানে কাশ্মীৰখন হিহঁতৰ বুলি কৈ থাকে ‘

‘কিন্তু কাশ্মীৰখন আমাৰ ‘

পেহেলগামৰ কাণ্ডৰ পাছতে মন্তব্য জুবিন গাৰ্গৰ

লগতে পঢ়ক :WATCH | Pradhan Mantri Awas Yojana : চৰকাৰী ঘৰৰ বাবে আপুনি কৰিলে নে জিঅ’ টেগিং?