Local, Vocal, Global

WATCH | Ration Card : ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ

নিউজ ডেস্ক,৩মে’ : ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ

এতিয়াৰে পৰা প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব বহু সুবিধা

জানি লওক কি কি সুবিধা লাভ কৰিব

১মে’ৰ পৰা ১০ মে’লৈকে চলি আছে অন্ন সেৱা দিন(Ration Card)

অন্তোদ্যয়া অন্ন যোজনাৰ অধীনত প্রতি পৰিয়ালে লাভ কৰিব ৩৫ কেজিকৈ চাউল

অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালে প্রতিমাহে লাভ কৰিব ৫ কিলোকৈ চাউল

এই ১০দিনৰ ভিতৰেই আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচন

ৰেচন কার্ডখন থাকিলেই আপুনি লাভ কৰিব ৫লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা

বজাৰতকৈ ৩০০ টকা কম দাম ৰেচন কার্ড দেখুৱালেই লাভ কৰিব ৰন্ধন গেছ

২৫ টকা কম দাম লাভ কৰিব দাইল,চেনি,নিমখ

ৰেচন কার্ড থাকিলেই পৰিয়ালে লাভ কৰিব ৩৫ কেজিকৈ চাউল

ৰেচন কার্ডখন থাকিলেই আপুনি লাভ কৰিব ৫লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা

ৰেচন কার্ড থাকিলেই আপোনাক নালাগে কোনো আয়ৰ প্ৰমাণ-পত্র

ৰেচন কার্ড থাকিলেই এতিয়াৰে পৰা আকৌ নতুনকৈ লাভ কৰিব ৰন্ধন গেছ

বজাৰতকৈ ৩০০ টকা কম দাম ৰেচন কার্ড দেখুৱালেই লাভ কৰিব ৰন্ধন গেছ

ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তর্ভুক্ত হোৱা নাই নেকি ?

লগতে পঢ়ক:WATCH | Himanta Biswa Sarma: মুছলমানে লাভ কৰিব জাতিৰ পৰিচয়