Local, Vocal, Global

WATCH | Himanta Biswa Sarma: মুছলমানে লাভ কৰিব জাতিৰ পৰিচয়

নিউজ ডেস্ক,৩মে’ : মুছলমানে লাভ কৰিব জাতিৰ পৰিচয়

বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পঞ্চায়ত নিৰ্বাচনৰ মাজতেই মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা

এতিয়াৰে পৰা ৰাজ্যৰ মুছলমানে মুকলিকৈ দিব পাৰিব জাতিৰ পৰিচয়(Himanta Biswa Sarma)

মুকলিকৈ লিখিব পাৰিব জাতিৰ পৰিচয় জলহা, ছৈয়দ

জাতিগত জনগণনা হ’ব মুছলমান লোকৰ জাতিৰ পৰিচয়ক লৈ কোনো লোকে তুচ্ছ-তাচ্চিল্য কৰিব নোৱাৰিব মুছলমানলোকক

লগতে পঢ়ক : WATCH | Panchayat Election : দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে তুংগত প্ৰচাৰ অভিযান