WATCH | Bishal Phukan : অৱশেষত মুকলি আকাশৰ তললৈ আহিল ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত বিশাল ফুকন
ডিব্ৰুগড়,৩মে’ : অৱশেষত কাৰাগাৰৰ পৰা জামিনত মুকলি হ’ল ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত বিশাল ফুকন৷
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী বিশাল ফুকন কাৰামুক্ত হয়(Bishal Phukan)৷
ডিব্ৰুগড়,দুলীয়াজান আৰু বৰবৰুৱা থানাত ৰুজু হোৱা গোচৰত জামিন লাভ কৰিলে বিশাল ফুকনে ৷
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma: ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে মুখ্য়মন্ত্ৰীয়ে দিলে ভাল খবৰ