Local, Vocal, Global

WATCH | Himanta Biswa Sarma: ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে মুখ্য়মন্ত্ৰীয়ে দিলে ভাল খবৰ

নিউজ ডেস্ক,৩মে’ : ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে মুখ্য়মন্ত্ৰীয়ে দিলে ভাল খৱৰ

ৰেচন কার্ড হিতাধীকীৰিলৈ ভাল খবৰ

কলেজত বিনামূলীয়াকৈ নামভর্তি কৰিব পাৰিব ছাত্র-ছাত্রীয়ে

ৰেচন কার্ড দেখুৱালেই কলেজত হ’ব বিনামূলীয়া নামভর্তি(Himanta Biswa Sarma)

নালাগে ইনকাম চার্টিফিকেট, নালাগে গাঁওবুঢ়াৰ প্ৰমাণ-পত্র

একাদশ শ্রেণীত ছাত্ৰ-ছাত্ৰীৰ নামভর্তি হ’ব বিনামূলীয়া

সকলো কলেজৰ অধ্যক্ষলৈ নির্দেশনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

লগতে পঢ়ক :WATCH | Nalbari News : বিশাল ৰেলীৰে মুকালমুৱা জাগাৰা জিলা পৰিষদৰ বিজেপি মিত্ৰঁজোট সমৰ্থিত প্ৰাৰ্থীৰ দিনযোৰা কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ