WATCH | Himanta Biswa Sarma : কলিয়াবৰৰ শালনাত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
কলিয়াবৰ,৩মে’ : কলিয়াবৰৰ শালনাত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ কলিয়াবৰৰ উদ্যোগত অনুষ্ঠিত বিজয় সংকল্প সমাবেশত অংশগ্ৰহণ মুখ্যমন্ত্ৰী গৰাকীৰ
মিত্ৰজোঁটৰ সমৰ্থিত জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ প্ৰাৰ্থী সকলক বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰাবলৈ ৰাইজলৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ(Himanta Biswa Sarma)।
এই সভাত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা, চামগুৰি সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ লগতে অগপৰ যুৱ নেতা মনি মাধৱ মহন্ত উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Sonari News : চৰাইপুং টি ফেক্টৰীৰ সন্মুখত নামতোলা আৰক্ষীয়ে জব্দ কৰে চাহপাত ভৰ্তি বলেৰ’ বাহন