Local, Vocal, Global

WATCH : Bhabesh Kalita : ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ বিজেপিৰ প্ৰাক্তন সভাপতি ভবেশ কলিতা

হাজো,৩মে’ : কংগ্ৰেছ দলক ভোট দিয়া আৰু ফুটা বাল্টিত পানী থোৱা একেই কথা- বিধায়ক ভৱেশ কলিতা।

নিৰ্বাচনী প্ৰচাৰ চলাব গৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ বিজেপিৰ প্ৰাক্তন সভাপতি ভবেশ কলিতা।

কংগ্ৰেছ দলক ফুটা বাল্টিৰ লগত তুলনা বিধায়ক ভবেশ কলিতাৰ।

যিটো দলে বিদেশত গৈ দেশ মাতৃক বদনাম কৰে সেই দলৰ পৰা কি আশা কৰিব দেশবাসীয়ে(Bhabesh Kalita)।

আজিৰ লোক শিক্ষিত হোৱা বুলি উল্লেখ কৰি কংগ্ৰেছ দলক কোনো কাৰণতে বিশ্বাস নকৰে বুলি সদৰী কৰে বিধায়ক ভবেশ কলিতাই।

ৰঙিয়া সমষ্টিৰ মনাহকুছি পঞ্চায়তত নিৰ্বাচনী সভাত অংশ গ্ৰহণ লৈ এই মন্তব্য প্ৰকাশ কৰে বিধায়ক ভবেশ কলিতাই।

লগতে পঢ়ক : WATCH | Nagaon News : চামগুৰিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ