WATCH | Panchayat Election: ৭ মে’ত বঙাইগাঁও জিলাত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন
সৰভোগ,৩মে’ : মাজত মাথো কেইটিমান দিন বাকী।
সমাগত পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰাৰ্থী সকলৰ মাজত(Panchayat Election)।
১২ নং কলহভাঙা গাওঁ পঞ্চায়তৰ কলহভাঙা গাওঁৰ ২ নং খণ্ডৰ নিৰ্দলীয়া সদস্য পদৰ প্ৰাৰ্থী আব্দুছ ছাত্তাৰ আহমেদে এক সংবাদ মেলৰ আয়োজন কৰে।
লগতে পঢ়ক : WATCH | Panchayat Election: ২ নং বগৰীগুৰীত এ আই ইউ ডি এফ দলৰ মুখ্য কাৰ্য্যালয় উদ্বোধনৰ