Local, Vocal, Global

WATCH | Hajo News : নিশা হাজোৰ পোৱামক্কা দৰ্গা শ্বৰীফৰ দান পাত্ৰৰ টলা ভাঙিলে চোৰে

হাজো,১মে’ : নিশা হাজোৰ পোৱামক্কা দৰ্গা শ্বৰীফৰ দান পাত্ৰৰ টলা ভাঙিলে চোৰে।

দান পাত্ৰৰ তলা ভাঙি লৈ গ’ল জমা হোৱা টকা পইচা।

পোৱামক্কা দৰ্গা শ্বৰীফৰ মুল তোৰণৰ ওচৰত থকা দান পাত্ৰৰ বাকচটো ভাঙি চোৰে লৈ যায় প্ৰায় ৩০ হাজাৰ টকা।

চোৰে টলা ভাঙি এৰি থৈ গ’ল দুডাল লোৰ ৰ’দ(Hajo News)।

পোৱামক্কা দৰ্গা শ্বৰীফ পৰিচালনা সমিতিৰ খাদিমে দাখিল কৰি হাজো আৰক্ষী থানাত এজাহাৰ।

ঘটনা সন্দৰ্ভত হাজো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক : WATCH | Doom Dooma News : ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে উঠিছে নির্বাচনী বিধি উলঙঘা কৰাৰ গুৰুতৰ অভিযোগ