WATCH | Sonapur News : সোণাপুৰত উপস্থিত কংগ্ৰেছ নেতা জীতেন্দ্ৰ কুমাৰ সিং
সোণাপুৰ,১এপ্ৰিল : সোণাপুৰত উপস্থিত কংগ্ৰেছ নেতা জীতেন্দ্ৰ কুমাৰ সিং ।
পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত উপস্থিত হৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য সিঙৰ।
ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত সিঙৰ(Sonapur News)।
কংগ্ৰেছ নেতাগৰাকীক এই সময়চোৱাত সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা,অসম মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে।