WATCH | HS Results 2025 : উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে আগস্থান লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় ছল্ট ব্ৰুক একাডেমীৰ ছাত্ৰ-ছাত্ৰীয়ে
ডিব্ৰুগড়,৩০,এপ্ৰিল : আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষা ফলাফল। উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে আগস্থান লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় ছল্ট ব্ৰুক একাডেমীৰ ছাত্ৰ-ছাত্ৰীয়ে।
কলা শাখাত মুঠ অৱতীৰ্ণ ৭৫১৫ জন ইয়াৰে প্ৰথম বিভাগত ১৯৩১ দ্বিতীয় বিভাগত ২৮৬২ আৰু তৃতীয় বিভাগত ১৬৯১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয়।
মুঠ কলা শাখাত 6484 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে(HS Results 2025)।
কলা শাখাত 86.28শতাংশ উত্তীৰ্ণ
বিজ্ঞান শাখাত মুঠ 2345 গৰাকী শিক্ষাৰ্থী।
ইয়াৰে প্ৰথম বিভাগত 1452 দ্বিতীয় বিভাগত 577 আৰু তৃতীয় বিভাগত 83 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ।
মুঠ উত্তীৰ্ণ 2112 গৰাকী শিক্ষাৰ্থী।
উত্তীৰ্ণ হাৰ 89.91 ।
বাণিজ্য শাখাত 1120 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।
ইয়াৰে প্ৰথম বিভাগত 465 দ্বিতীয় বিভাগত 331 আৰু তৃতীয় বিভাগত 121 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ।
মুঠ 917 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ।
মুঠ 81.88 শতাংশ উত্তীৰ্ণ।
ইয়াৰে ভিতৰত ডিব্ৰুগড় ছল্ট ব্ৰুক একাডেমীৰ পৰা কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ পৰা ৰাজ্যখনৰ ভিতৰতে আগস্থান লাভ কৰিবলৈ সক্ষম হয়।
মনোবিজ্ঞানৰ বিভাগত ৰাইনন হাজৰিকা ৯৯%
আটলান্টা গগৈ ৯৯%
শতাব্দীৰ গগৈ-৯৯%
বাৰ্ণিজ্য অধ্যয়নত অৰ্পূব বণিক ৯৯ %
অভিকলন বিজ্ঞানত নৱৰাজ শৰ্মাই ৰাজ্যখনৰ ভিতৰতে ১০০ নম্বৰ লাভ কৰে।