HS Results 2025 : ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
নিউজ ডেস্ক,৩০এপ্ৰিল : ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ পৰীক্ষাৰ ফলাফল ঘোষণা। মুঠ ১২টাকৈ ৱেবছাইটত উপলব্ধ পৰীক্ষাৰ ফলাফল। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে ৩,০২,৪২০ গৰাকী ছাত্ৰ-ছাত্ৰী। কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১ শতাংশ।বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮২ শতাংশ।বানিজ্য শাখাৰ উত্তীৰ্ণৰ হাৰ ৮৪ শতাংশ(HS Results 2025)।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল চাওক এইসমূহ ৱেবছাইটত-
https://www.iresults.in
https://www.assamresult.in
http://www.schools9.com
লগতে পঢ়ক : WATCH | Guwahati News : গুৱাহাটীত বলীউদৰ অভিনেতা ৰোহিত বাছফৰৰ মৃত্যুৰ নতুন মোৰ