Local, Vocal, Global

WATCH | Mushalpur News : বাক্সাৰ অহোপাত বিশেষ চিকিৎসা শিবিৰ

মুছলপুৰ,২৯এপ্ৰিল : বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী অহোপাত আজি অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেন্ট চমুকৈ এচিআৰডি নামৰ সংস্থা এটাই বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে । এছ.বি.আই সঞ্জীৱনী প্ৰকল্পৰ সহযোগত অনুষ্ঠিত এই চিকিৎসা শিবিৰত গুৱাহাটীৰ নাৰায়ণা হস্পিটেলৰ চিকিৎসকে ৰোগী সকলক পৰামৰ্শ আগবঢ়ায়(Mushalpur News)।

এই শিবিৰতে ৰোগীৰ প্ৰাথমিক পৰীক্ষা-নিৰীক্ষা আৰু ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰে সংস্থাটোৱে। আজিৰ শিবিৰত প্ৰায় দুই শতাধিক ৰোগীয়ে চিকিৎসা সম্পৰ্কীয় পৰামৰ্শ আৰু ঔষধ গ্ৰহণ কৰে।

লগতে পঢ়ক : WATCH | Sonapur News : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিমৰীয়াটো গৰম হৈছে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ