WATCH | Dergaon News : দেৰগাঁও ফুকন নগৰত অঘটন

দেৰগাঁও,২৯এপ্ৰিল : দেৰগাঁও ফুকন নগৰত অঘটন।
ঘৰৰ ওপৰৰ পৰা পৰি মৃত্যু এজন ব্যক্তিৰ।
মৃত ব্যক্তিজন অৱনী ফুকন নামৰ প্ৰায় ৭০ বছৰ বয়সৰ ব্যক্তি জনৰ আজি নিজ বাসগৃহৰ ছটৰ পৰা পৰি মৃত্যু হয়(Dergaon News)।
দেৰগাঁও ফুকন নগৰৰ নিবাসী অৱনী ফুকন।
লগতে পঢ়ক : HS Results: কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল