WATCH | Nagaon News :পহলগাম কাণ্ডৰ বিৰুদ্ধে পাকিস্তানী পতাকা ৰাজপথত জ্বলাই প্ৰতিবাদ সাব্যস্ত
নগাঁও,২৯এপ্ৰিল : নগাঁৱত পাকিস্তানৰ পতাকা। পহলগাম কাণ্ডৰ বিৰুদ্ধে পাকিস্তানী পতাকা ৰাজপথত জ্বলাই প্ৰতিবাদ সাব্যস্ত।
নগাঁৱৰ পানীগাওঁ চাৰিআলিত সাব্যস্ত কৰিলে এই প্ৰতিবাদ
উল্লেখ্য যে কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে হিন্দু সকলক হত্যা কৰাৰ প্ৰতিবাদত ক্ষোভত এনে প্ৰতিবাদ কৰা বুলি মন্তব্য কৰে এই গৰাকী যুৱকে(Nagaon News)।
এগৰাকী দেশপ্ৰেমিক হিচাপে পাকিস্তানী সন্ত্ৰাসবাদৰ বিৰূদ্ধে এই প্ৰতিবাদ কৰা বুলি মন্তব্য কৰে এই যুৱক গৰাকীয়ে।
লগতে পঢ়ক :WATCH | Kaziranga National Park : কেমেৰাত বন্দী বাগৰি বনাঞ্চলৰ নান্দনিক দৃশ্য