Local, Vocal, Global

WATCH | Drugs peddler arrested along with drugs: মানকাচৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

হাটশিঙিমাৰী,২৯এপ্ৰিল : মানকাচৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

অভিযানত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট।

মানকাচৰ নিউ মার্কেটত চলিছিল আৰক্ষীৰ অভিযান।

টেবলেটসহ এটা সৰবৰাহকাৰীক আটক আৰক্ষীয়ে(Drugs peddler arrested along with drugs)।

ধৃত সৰবৰাহকাৰীটো বোৱকলীয়া গাঁৱৰ আমিনুৰ ইছলাম।

লগতে পঢ়ক : WATCH | Sipajar News : দীঘিৰপাৰ কমলা কুঁৱৰী শাখা লেখিকা সংস্থাৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন