Local, Vocal, Global

WATCH | Hajo News : মহানগৰীৰ হাতীগাঁওত হাজো আৰক্ষীৰ অভিযান

হাজো,২৯এপ্ৰিল : মহানগৰীৰ হাতীগাঁওত হাজো আৰক্ষীৰ অভিযান।

হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত চলিছিল অভিযান।

অভিযানত গ্ৰেপ্তাৰ এজন পাকিস্তানী সমৰ্থক।

পাকিস্তানৰ সমৰ্থন এটা আওপতিয়াকৈ হিন্দু বিৰোধী মন্তব্য কৰিছিল ফেচবুকত(Hajo News)।

গ্ৰেপ্তাৰ হোৱা পাকিস্তানী সমৰ্থক গৰাকীৰ নাম চামচুল হক।

ধৃত চামচুলৰ ঘৰ হাজোৰ শনিয়াদিৰ মেল্কী পাৰাত।

বৰ্তমান হাজোৰ আৰক্ষীৰ জিম্মাত আছে পাকিস্তানী সমৰ্থক গৰাকী।

লগতে পঢ়ক : WATCH | Rupjyoti Kurmi : অখিল গগৈক উভতি ধৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে