Daily Horoscope for 29th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । আৰ্থিক লেনদেনত সৰ্তক হওক । সন্ধিয়া সময়ত শাৰীৰিকভাৱে অধিক সক্ৰিয় যেন অনুভৱ কৰিব । ঘৰতো পৰিবেশ যথেষ্ট উৎসাহজনক হৈ থাকিব । সৰু ধৰ্মীয় যাত্ৰাৰ সম্ভাৱনা আছে । নতুন কাম আৰম্ভ কৰিব পাৰে । অৰ্থ লাভ কৰিব পাৰে ।
বৃষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য কর্ম প্ৰভাৱান্বিত হʼব ৷
মিথুন ৰাশি : আজি আপুনি কর্ম, ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
কৰ্কট ৰাশি : দিনটো ভাল, সফলতা লাভ হʼব ৷ স্বাস্থ্যৰ যতন লওক ৷ আপুনি পৰিশ্ৰমৰ ভাল লক্ষ্যত সফল হʼব ৷ দিনটো আপোনাৰ গ্ৰহ ভাল হয় ৷
সিংহ ৰাশি : আপোনাৰ কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনাই পৰচৰ্চা লৈ পৰিণত হ’ব পাৰে ৷ কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷
কন্যা ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ,লক্ষ্যত সফল হʼব ৷ কৰ্মত ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ প্ৰশংসা লাভ কৰিব ৷ নতুন ব্যৱসায়ৰ বিচাৰ হʼব পাৰে ৷ আজি আপোনাৰ প্ৰায় ভাল হʼব ৷
তুলা ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
বৃশ্চিক ৰাশি : ব্যৱসায় কৰাত সফল হʼব, ব্যৱসায় ডাঙৰ কৰাত দেশৰ বাহিৰত ভাল সফল হʼব ৷ প্ৰেমত শুভ ।
ধনু ৰাশি : ধাৰ্মিক উৎসৱসমূহৰ উৎযাপন হʼব পাৰে ৷ নতুন বস্তু বা ব্যৱসায় আপুনি উদ্ঘাটন কৰিব ৷ যাত্ৰা বা ভ্ৰমণ হʼব পাৰে, আনন্দময় হʼব ৷
মকৰ ৰাশি : আজি কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফল পাব ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত নৈশ আহাৰ ভাল হʼব, আনন্দময় হʼব ৷ দিনটো প্ৰায় ভাল, আনন্দময় হʼব ৷
কুম্ভ ৰাশি : পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব ৷ আপুনি আজি আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ আপোনাৰ খং-ৰাগৰ কাৰণে জীৱনত প্ৰভাৱ পৰিব পাৰে ৷
মীন ৰাশি : আজি আপুনি ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ বিপদাশংকা কৰ্মক সহজে সম্পন্ন কৰিব ৷ কর্মক্ষেত্ৰত আজি প্ৰবল হেঁচাৰ সন্মুখীন হ’ব আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । আপুনি প্ৰায় সফল হʼব ৷