Local, Vocal, Global

WATCH | Bhupen Borah : ‘মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ কাৰণেই আজি কংগ্ৰেছ নেতাক আক্ৰমণ কৰা হৈছে’

নিউজ ডেস্ক,২৮এপ্ৰিল : ‘মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ কাৰণেই আজি কংগ্ৰেছ নেতাক আক্ৰমণ কৰা হৈছে’

‘অসমৰ ৰাইজ হৈছে শুই থক সিংহ’

‘মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ নেতাক আক্ৰমণ কৰা নাই ৰাইজক জোকাই আছে’

‘বিজেপিক খেদিবলৈ সাজু অসমৰ জনতাঃ’ভূপেন বৰা(Bhupen Borah)

লগতে পঢ়ক : WATCH | Sukur Ali: বহৰি জিলা পৰিষদৰ অন্তৰ্গত বৰ আগদিয়াত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত শুকুৰ আলী