WATCH | Nalbari News: গুৱাহাটীৰ পৰা হাজো- আৰিকুছি হৈ নলবাৰীলৈ যোৱা পথৰ দুৰৱস্থা
নলবাৰী,২৮এপ্ৰিল : গুৱাহাটীৰ পৰা হাজো- আৰিকুছি হৈ নলবাৰীলৈ যোৱা পথৰ দুৰৱস্থা।
এটা বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে আৰিকুছিৰ ৰাইজক।
এজাক বৰষুণৰ পাছতে পথছোৱা সম্পূৰ্ণভাৱে বুৰ যোৱাত যমৰ-যাতনা ভূগিবলগীয়া হয় পথচাৰী।
নলবাৰীৰ শোচনীয় পথত মহিলাৰ ৰুদ্ৰমূৰ্তি(Nalbari News)।
শোচনীয় পথৰ ফলত বিশুদ্ধ পানীৰ পৰাও বঞ্চিত অঞ্চলবাসী।