Local, Vocal, Global

WATCH | Rangia News : দৰংঙ্গীপাৰা উদীয়মান যুৱকগোষ্ঠীৰ সৌজন্যত চতুৰ্দশ বাৰ্ষিক ৰঙালী বিহু উদযাপন

নলবাৰী,২৭এপ্ৰিল : ১২ ব’হাগ ২৬ এপ্ৰিল শনিবাৰে দৰঙ্গীপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুস্থিত হৈছে ৰঙালী বিহু অনুষ্ঠান।

ৰমেন ডেকাক সভাপতি আৰু সম্পাদক ৰুবুল কৈৱৰ্ত আদিক লৈ গঠন কৰা সমিতিয়ে জানিবলৈ দিয়া অনুসৰি চৰকাৰী সাহাৰ্য অবিহনে ১৪ বছৰে পালন কৰি আহিছে এই পৰম্পৰা(Rangia News)।

লগতে পঢ়ক : WATCH | Kalibor News : কলিয়াবৰত পঞ্চায়ত নিৰ্বাচনী সভাত অংশগ্ৰহণ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ