Local, Vocal, Global

WATCH | Rangia News : ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত

ৰঙিয়া,২৭এপ্ৰিল : আগন্তুক পঞ্চয়ত নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি চলাইছে মনোনীত প্ৰাৰ্থী সকলে। ৰঙিয়াৰ ১ নং ছহিদ সত্যনাথ গাও পঞ্চায়তৰ হৈমাদী গাৱৰ ১০ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী অনামিকা দাসক ভোট প্ৰদানৰ আহ্বান ।

ৰাইজৰ মনোনীত সদস্যপদৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচনী ৰনত অৱতীৰ্ণ হোৱা অনামিকা দাসক ঘড়ীৰ ছবিত ভোট দিয়াৰ আহ্বান প্ৰাৰ্থীগৰাকীৰ।

লগতে পঢ়ক : WATCH | Rangia News : ৰঙিয়াৰ জয়ন্তীপুৰত উৎসৱ মুখৰ পৰিবেশ