WATCH | Dhemaji News : ধেমাজিত কংগ্ৰেছত সভাত ওলাই আহিল হাজাৰ হাজাৰ জনতা
ধেমাজি,২৩এপ্ৰিল : বৰবাম দিহিঙ্গীয়া গাঁওত যোৰহাট সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিতিত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভা
ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত বৰবাম দিহিঙ্গীয়া গাঁওত আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয়।
উক্ত সভাত কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থীসকল ভোট দিবলৈ আহ্বান জনোৱা লগতে কংগ্ৰেছ দলক আগুৱাই নিয়া লগতে বিভিন্ন বিষয় ওপৰত আলোচনা কৰা হয়(Dhemaji News)।
সভাত সাংসদ গৌৰৱ গগৈ,অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, জিলা বিজেপি সভাপতি ভাস্কৰ দুৱৰা, ৰাজ্যিক মুখপাত্ৰ হেমহৰি পেগু ,লগতে ৰাজ্যিক সমিতিৰ, জিলা সমিতিৰ ,ব্লক সমিতিৰ,মণ্ডল সমিতিৰ বিষয় ববিয়া সকল উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Drugs peddler arrested along with drugs: বিশ্বনাথৰ প্ৰতাপগড়ত ড্ৰাগছসহ আটক ৬জন সৰবৰাহকাৰীক