WATCH | Gaurav Gogoi : ‘মুখ্যমন্ত্ৰী ড০ শৰ্মা অসমৰ জেইলাৰ’
ধেমাজি,২৩এপ্ৰিল : মুখ্যমন্ত্ৰী ড০ শৰ্মা অসমৰ সেৱক নহয়। মুখ্যমন্ত্ৰী ড০ শৰ্মা অসমৰ জেইলাৰ। মন গ’লেই মানুহক জেলত ভৰাইছে।
মন গ’লেই মানুহৰ ওপৰত কেচ জাপি দিছে। আৰু অসমৰ জনতা আপোনালোক হৈছে কয়দী।
ধেমাজিত কংগ্ৰেছৰ সভাত জয় জয়কাৰ। হিল দল ভাঙি ওলাই আহিল ৰাইজ। উজিন অসমত তংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। উজনি অসমৰ চাৰিওফালে কেৱল এতিয়া উন্নয়ৰ কথা। তাৰমাজতেই সাংসদ গৌৰৱ গগৈয়ে নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। অসমৰ জেইলাৰ বুলি ক’লে(Gaurav Gogoi) ।
ধেমাজিৰ একেখন সভাতেই সভাপতি ভুপেন বৰাৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাতত আছে এটা বছৰ। তাৰপাছত যাব লাগিব জেলত।জেলতেই লিখি থাকিব কিতাপ
ইফালে চৰাইদেউত মুখ্যমন্ত্ৰীৰ মুখত লুঙীৰ পাছত নামাজ। সমষ্টিত বিহু বুলি চান্দা দিয়াৰ ভয়ত গুহাহাটীত নামাজ পঢ়াত ব্যস্ত যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈ।