Local, Vocal, Global

WATCH | Drugs peddler arrested along with drugs: চতিয়াৰ সমীপৰ মুখৰগড়ত নিষিদ্ধ ড্ৰাগছসহ আটক চাৰি সৰবৰাহকাৰীক

চতিয়া,২২এপ্ৰিল : চতিয়াৰ সমীপৰ মুখৰগড়ত নিষিদ্ধ ড্ৰাগছসহ আটক চাৰি পেডলাৰক ৷

AS 12AC5666 নম্বৰৰ যাত্ৰীবাহী টাটা মেজিক গাড়ীখনত অভিযান চলাই ড্ৰাগছসহ আটক কৰা হয় পেডলাৰ কেইটাক ৷ ধৃত পেডলাৰ কেইটাৰ নাম আকাশ বৰুৱা , পৈতুস চাহা ,চাৰযাহান চেখ আৰু ৰিন্তু মুণ্ডা বুলি জানিব পৰা গৈছে(Drugs peddler arrested along with drugs)৷

বিশ্বনাথ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত বিশ্বনাথ আৰক্ষীয়ে চলাইছিল এই অভিযান ৷

লগতে পঢ়ক : WATCH | Chapar News : চাপৰৰ চৰুৱাবাখাৰাত উপস্থিত আদানী গ্রুপৰ পৰিচালক জিৎ আদানী