Local, Vocal, Global

WATCH | Chapar News : চাপৰৰ চৰুৱাবাখাৰাত উপস্থিত আদানী গ্রুপৰ পৰিচালক জিৎ আদানী

চাপৰ,২২এপ্ৰিল : চাপৰৰ চৰুৱাবাখাৰাত উপস্থিত আদানী গ্রুপৰ পৰিচালক জিৎ আদানী।

আদানী গ্রুপৰ পৰিচালক জিৎ আদানীৰ লগত ১৩ জনীয়া সজাতি দল উপস্থিত হয় বিলাসীপাৰা সম জিলাৰ অন্তৰ্গত চাপৰৰ চৰুৱাবাখাৰাত(Chapar News)।

ৰাতিপুৱা ১১মান বজাত পৰ্বতঝোৰা ৰূপচী বিমান বন্দৰত অৱতৰণ কৰাৰ পিছত পোনে পোনে বাশবাৰীত আৰু পিছত চাপৰ চৰুৱাবাখাৰা গাঁৱত প্ৰায় ৩.৫ হাজাৰ বিঘা ভূমিত নিৰ্মান হ’ব লগীয়া APDCL ৰ THERMAL POWER PROJECTOR ভূমি প্ৰদৰ্শন কৰে আদানী গ্রুপৰ পৰিচালক জীত আদানীয়ে।

লগতে পঢ়ক : WATCH | Road Accident : দ্রুতগামী ডাম্পাৰৰ খুন্দা মাৰুতি ভেনক;আহত যাত্ৰী