Local, Vocal, Global

WATCH | Panchayat Election : ৰাজ্যত তীব্ৰতৰ হৈছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ

সোণাপুৰ,২২এপ্ৰিল : সমাগত পঞ্চায়ত নিৰ্বাচন।

ৰাজ্যত তীব্ৰতৰ হৈছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমৰীয়াটো তীব্ৰত হৈছে নিৰ্বাচনী প্ৰচাৰ(Panchayat Election 2025)।

শাসক বিৰোধি কি নিৰ্দলীয় সকলোৱ ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত।

লগতে পঢ়ক : WATCH | Debabrata Saikia : ৰাজ্যত এতিয়া লুঙীৰ ৰাজনীতি চলিছে