WATCH | Kaliabor News : জখলাবন্ধা মিলন সংঘৰ ব ‘হাগী উৎসৱৰ মঞ্চত ঢোলৰ ওজা সোমনাথ বৰাৰ বিহু পৰিৱেশন
কলিয়াবৰ,২২এপ্ৰিল : জখলাবন্ধা মিলন সংঘৰ ব ‘হাগী উৎসৱৰ মঞ্চত ঢোলৰ ওজা সোমনাথ বৰাৰ বিহু পৰিৱেশন।
কলিয়াবৰ ৰ জখলাবন্ধাৰ মিলন সংঘৰ বাকৰিত সোমবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৫৬ তম ব’হাগী উৎসৱ(Kaliabor News)।
অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা বিহু শিল্পীৰ দলে বিহু নৃত্য পৰিৱেশনৰে জীপাল কৰি তুলে মিলন সংঘ ৰ বাকৰি।
লগতে পঢ়ক : WATCH | Tragic incident : টীয়কত নিশা দুৰ্ঘটনাত পতিত হুঁচৰি দল কঢ়িওৱা টাটা মেজিক