Local, Vocal, Global

WATCH | Nalbari News : নলবাৰীত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে এগৰাকী হিন্দু লোকে

নলবাৰী,২২এপ্ৰিল : নলবাৰীত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে এগৰাকী হিন্দু লোকে।

জাগাৰা গাঁও নিবাসী উত্তম তালুকদাৰৰ প্ৰসংশনীয় পদক্ষেপ।

পশ্চিম জাগাৰাস্থিত জামে মছজিদলৈ আগবঢ়ালে আৰ্থিক অনুদান(Nalbari News)।

ঔষধ ব্যৱসায়ৰ লগত জড়িত উত্তম তালুকদাৰৰ নলবাৰী চহৰত আছে এখন নিজা ফাৰ্মাচী।

লগতে পঢ়ক : WATCH | Sensational incident : বিহু চাবলৈ অহাটোৱে যেন কাল হ’ল দেবাংগ ভূষণ বৰুৱাৰ বাবে