Local, Vocal, Global

WATCH | Himanta Biswa Sarma : নিশা নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত মুখ্যমন্ত্ৰী

নিউজ ডেস্ক,২২এপ্ৰিল : নিশা নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা।

মহা মৃত্যুঞ্জয় মন্দিৰত সেৱা ল’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

প্ৰতিকুল বতৰৰ মাজতো মামাক চাবলৈ অপেক্ষা ভাগিনহঁতৰ(Himanta Biswa Sarma)।

লগতে পঢ়ক :WATCH | Lurinjyoti Gogoi : ‘মুখ্যমন্ত্ৰীয়ে ভংগ কৰিছে নিৰ্বাচনী আচৰণ বিধি’