Local, Vocal, Global

WATCH | Sensational incident : ছাগলী চোৰক গণ প্ৰহাৰ; নিহত এজন, সংকটজনক অৱস্থাত আন এজন

ডিব্ৰুগড়,২১এপ্ৰিল : ডিব্ৰুগড় বকুল চাহ বাগিচাৰ হাতীগড় বকপৰা ডিভিজনত চাঞ্চল্যকৰ ঘটনা । এখন স্কুটিত অহা দুই ছাগলী চোৰক হাতে লোটে কৰায়ক্ত কৰি গণ প্ৰহাৰ কৰে স্থানীয় ৰাইজে লগতে স্কুটীখন জ্বলাই দিয়ে(Sensational incident)।

গণপ্ৰহাৰত এজন ছাগলী চোৰ থিতাতে নিহত হয়।গুৰুতৰভাৱে আহত এজন । আহত চোৰজনক অতি সংকট জনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক : WATCH | Chapar News : চাপৰৰ ৰঙামাটী গাওঁ পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ তুংগত