Local, Vocal, Global

WATCH | Nalbari News : সমাগত পঞ্চায়ত নিৰ্বাচন;ৰাজ্যজুৰি নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হৈছে

নলবাৰী,২১এপ্ৰিল : সমাগত পঞ্চায়ত নিৰ্বাচন । ৰাজ্যজুৰি নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হৈছে । নলবাৰীত শাসক বিৰোধীৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি । ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছে শীৰ্ষ ৰাজ্যিক নেতাসকলে । তাৰ মাজতে বৰক্ষেত্ৰীৰ পটেৰবৰীত গৰম হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ(Nalbari News)।

শিল্পী ববিতা বৈশ্যও আহিল ৰাজনীতিৰ পথাৰলৈ। ৫৫ নং ককয়া- বৰ্ণিবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ নং খণ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হৈছে ববিতা বৈশ্য।

লগতে পঢ়ক : WATCH | Boko News : পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ শাসক-বিৰোধী