Local, Vocal, Global

WATCH | Akhil Gogoi : ‘গৌৰৱ গগৈ APCCৰ সভাপতি নোহোৱালৈ বিৰোধী ঐক্য হ’বলৈ নিদিয়ে গৌৰৱ গগৈয়ে’

নিউজ ডেস্ক,১৯এপ্ৰিল : ‘গৌৰৱ গগৈ APCCৰ সভাপতি নোহোৱালৈ বিৰোধী ঐক্য হ’বলৈ নিদিয়ে গৌৰৱ গগৈয়ে’

‘গৌৰৱ গগৈয়ে যে সাপে খুটিওৱাৰ দৰে যে খোট মাৰিব পাৰে সেইটো ভাবিবই নোৱাৰি’

‘দেবব্ৰত শইকীয়াও বিচৰা নাই বিৰোধী ঐক্য’

গৌৰৱ গগৈ আৰু দেবব্ৰত শইকীয়াৰ বিৰুদ্ধে বিস্ফোৰণ অখিল গগৈৰ(Akhil Gogoi)

লগতে পঢ়ক : WATCH | Victor Das : অশ্লীলতাৰ বিহুক লৈ কোনেও কিয় মান নামাতে?