WATCH | Victor Das : অশ্লীলতাৰ বিহুক লৈ কোনেও কিয় মান নামাতে?
নিউজ ডেস্ক,১৯এপ্ৰিল : শেহতীয়াকৈ চানমাৰী বিহুক লৈ চলি থকা বিতৰ্কক লৈ মুখ খুলিলে ভিক্টৰ দাসে
অশ্লীলতাৰ বিহুক লৈ কোনেও কিয় মান নামাতে?
অশ্লীলতাৰ বিহুত সম্ভ্ৰান্ত ঘৰৰ জীয়ৰী থকাৰ বাবেই মাত নামাতে নেকি ?
চানমাৰী বিহু কমিটিক উভতি ধৰিলে ভিক্টৰ দাসে(Victor Das)
লগতে পঢ়ক :WATCH | Sipajar News : ছিপাঝাৰৰ ঝাকুৱাপাৰা বিষ্ণু মন্দিৰৰ প্ৰতিষ্ঠা দিৱস