WATCH | Road Accident : জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
নিউজ ডেস্ক,১৯এপ্ৰিল : বিহুৰ মাজতে সংঘটিত হ’ল অঘটন।
এইবাৰ দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শিল্পীৰ AS/ 01/FM/ 9962 নম্বৰৰ ইনভা বাহন।
উত্তৰ গুৱাহাটী গৌৰীপুৰ চৌকীগেট উৰণীয়া সেঁতুত সংঘটিত হৈছে এই দুৰ্ঘটনাটো ।
সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হৈছে বাদ্যযন্ত্ৰী(Road Accident)।
আহত শিল্পী কেইগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে।
পাঠশালাত বিহুৰ সংগীতানুষ্ঠান লৈ গৈ থাকোতে সংঘটিত হয় এই অঘটনটো ।
লগতে পঢ়ক : Watch | Massive fire breaks out : গোৰেশ্বৰৰ বাঙালীপাৰাত ভয়ংকৰ অগ্নিকাণ্ড