Local, Vocal, Global

WATCH | Bhupen Borah : গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদমেল

নিউজ ডেস্ক,১৭এপ্ৰিল : গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদমেল ।

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন(Bhupen Borah)।

আৰক্ষীৰ বিৰুদ্ধেও সৰৱ APCC ৰ সভাপতি ভূপেন বৰা ।

‘ দিলীপ শইকীয়াৰ মুখ্যমন্ত্ৰীৰ চকীৰ গজাল উভালু দিলে, সেয়ে শংকিত’

সকলো বিষয় সামৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ সংবাদমেল

লগতে পঢ়ক : WATCH | Teok News : টীয়কৰ জ্যোতি বিদ্যাপীঠৰ শিক্ষাৰ্থীয়ে জাতীয় সাজ-পাৰ পৰিধান কৰি পালন কৰিলে বিহু