WATCH | Rangia News : ৰঙিয়াত অসম গৰীয়া পৰিষদৰ প্ৰশংসনীয় প্ৰদক্ষেপ
ৰঙিয়া,১৭এপ্ৰিল : ৰঙিয়াত অসম গৰীয়া পৰিষদৰ প্ৰশংসনীয় প্ৰদক্ষেপ। ব’হাগ বিহু উপলক্ষে তেওঁলোকে ৰঙিয়াৰ আশে পাশে থকা লোক গীতৰ শিল্পী, জিকিৰ শিল্পী, জাৰি শিল্পী তথা স্থানীয় বাদ্য যন্ত্ৰী সকলক একোখনকৈ ফুলাম গামোচাৰে সম্ভাৰ্থনা জনাই।
উল্লেখ্য যে অসম গৰখীয়া পৰিষদৰ সৌজন্যত জিকিৰ গাও আহক বুলি এক অনুষ্ঠান ইতিমধ্যেই গুৱাহাটী কলাক্ষেত্ৰত অনুষ্ঠিত হৈ গৈছে এই বেলি পুনৰ অহা ২০ জানুৱাৰীত তেওঁলোকে হাজোত অনুষ্ঠিত কৰিব জিকিৰ গাও আহক এক অনূষ্ঠানৰ গতিকে সমূহ ৰঙিয়াৰ শিল্পী সকলক সাদৰৰে নিমন্ত্ৰণ জনাইছে সংবাদ মাধ্যমৰ জৰিয়তে(Rangia News)।
লগতে পঢ়ক : WATCH | Nagaon News : নগাঁৱৰ কঠীয়াতলীৰ কংগ্ৰেছ নেতা ৰঞ্জিত বৰাৰ বাসগৃহত নিশা আৰক্ষীৰ অভিযান