WATCH | Rongali Bihu 2025: ছিপাঝাৰ আঞ্চলিক ছাত্ৰ-সন্থাই আয়োজন কৰিছে জেংবিহু

ছিপাঝাৰ,১৫এপ্ৰিল : ৰাজ্যজুৰি ৰঙালী বিহুৰ উছাহ। ৰাজ্যৰ চৌদিশে ঢোল পেঁপা গগনাৰ শব্দই ৰজনজনাইছে।
ছিপাঝাৰ আঞ্চলিক ছাত্ৰ-সন্থাই আয়োজন কৰিছে জেংবিহু(Rongali Bihu 2025)।
জেং বিহুত অংশগ্ৰহণ বিভিন্ন প্ৰান্তৰ জেংবিহু দলৰ।
লগতে পঢ়ক : WATCH | Nagaon News : চামগুৰি সমষ্টিৰ হেৰাপাতিত সাংসদ ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ