Local, Vocal, Global

WATCH | Bohag Bihu 2025: সোণাৰিত গৰু বিহু উদযাপন

সোণাৰি,১৪এপ্ৰিল : সোণাৰিত গৰু বিহু উদযাপন।

সোণাৰিৰ ৰজাঢ়াপ সন্মিলিত সংঘৰ উদ্যোগত তথা ৰজাঢ়াপবাসী ৰাইজৰ সহযোগত আজি গৰু বিহু উদযাপন কৰা হয়।

সংঘৰ কাৰ্য্যালয়ৰ কাষত অৱস্থিত পুখুৰীত আজি পুৱাই স্থানীয় ৰাইজে নিজৰ গৰু আনি গৰু বিহুৰ পৰিম্পৰা অনুসৰি গা ধুৱা পৰ্ব সম্পন্ন কৰে। ইয়াৰ পিছতে উপস্থিত সকলোৱে মিলি ইজনে সিজনৰ হাত পানী ছটিয়াই, লগে ভাগে বিহু মাৰি বিহুৰ আনন্দ উল্লাস প্ৰকাশ কৰা পৰিলক্ষিত হয়(Bohag Bihu 2025) ।

লগতে পঢ়ক : WATCH | Dhing News : পঞ্চায়ত প্ৰাৰ্থীৰ শৌচালয় বিচাৰি ফুৰিছে আৰক্ষীয়ে