WATCH | Bohag Bihu 2025: সোণাপুৰৰ বটাকুছি গাঁৱত পুৱাই গৰু ধুৱাই গাঁওবাসীৰ সৈতে বিহু পালন ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
সোণাপুৰ,১৪এপ্ৰিল : আজি গৰু বিহু। অসমীয়াৰ প্ৰাণস্পন্দন ব’হাগ বিহু আৰম্ভ হয় গৰু বিহুৰ । গোহালীৰ কজলা,দমৰা,পাখৰীক মাহ-হালধিৰে নুৱাই ধুৱাই বছৰটোৰ বাবে শ্ৰী বৃদ্ধি কামনা কৰে(Bohag Bihu 2025) ।
সোণাপুৰৰ বটাকুছি গাৱঁটো দেখা গৈছে গৰু বিহুৰ উচাহ। কৃষিজীৱি জনতাই গো-ধনসমূহক সমীপৰে কলং নৈৰ ঘাটত ধুৱাই ৰক্ষা কৰিছে পৰম্পৰা।
গৰু গা-ধোৱা কাৰ্য্যসূচী আৰম্ভ কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।
লগতে পঢ়ক : WATCH | Bohag Bihu 2025: আজি গৰু বিহু।ৰাজ্যত গৰু বিহুৰ ব্যাপক উছাহ